মাছ ব্যৱসায়ীয়ে হত্যা কৰা বুদ্ধেশ্বৰ গড়ৰ পৰিয়ালক মুখ্যমন্ত্ৰী সাহায্য পূজিৰ চেক প্ৰদান
তিনিচুকীয়া, ২০ ফেব্ৰুৱাৰী (হি.স.)। ডিগবৈ চহৰত মাছ ব্যৱসায়ীয়ে হত্যা কৰা চাহ জনগোষ্ঠীৰ ব্যক্তি বুদ্ধেশ্বৰ গড় পৰিয়ালক মুখ্যমন্ত্ৰী সাহায্য পূজিৰ চেক প্ৰদান । বগাপানী চাহ বাগিছা বাসগৃহত বিধায়ক সুৰেন ফুকন উপস্থিত হৈ চেকখন প্ৰদান কৰে। বুদ্ধেশ্বৰৰ প
মাছ ব্যৱসায়ীয়ে হত্যা কৰা বুদ্ধেশ্বৰ গড়ৰ পৰিয়ালক মুখ্যমন্ত্ৰী সাহায্য পূজিৰ চেক প্ৰদান


তিনিচুকীয়া, ২০ ফেব্ৰুৱাৰী (হি.স.)। ডিগবৈ চহৰত মাছ ব্যৱসায়ীয়ে হত্যা কৰা চাহ জনগোষ্ঠীৰ ব্যক্তি বুদ্ধেশ্বৰ গড় পৰিয়ালক মুখ্যমন্ত্ৰী সাহায্য পূজিৰ চেক প্ৰদান । বগাপানী চাহ বাগিছা বাসগৃহত বিধায়ক সুৰেন ফুকন উপস্থিত হৈ চেকখন প্ৰদান কৰে।

বুদ্ধেশ্বৰৰ পত্নী সুকুৰমণি হাধুক চেকখন প্ৰদান কৰে। ঘটনাৰ লগত জড়িত ৬ জন হত্যাকাৰীক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। হত্যাকাৰীক ফাচী প্ৰদানৰ দাবী পৰিয়ালৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande