জীৱন শিল্পী আদ্য শৰ্মা সোঁৱৰণী বঁটা ঘোষণা
নলবাৰী, ১৯ ফেব্ৰুৱাৰী (হি.স.)। জীৱন শিল্পী আদ্য শৰ্মা সোঁৱৰণী বঁটা ঘোষণা। প্ৰখ্যাত তবলা বাদক পৰেশ চন্দ্ৰ মিশ্ৰক আদ্য শৰ্মা সোঁৱৰণী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। বিগত দহ বছৰৰ অধিক কালজুৰি ৰাজ্যৰ প্ৰখ্যাত তবলা বাদক গৰাকী তবলাৰ সাধনাৰ সৈতে জৰিত আছিল
জীৱন শিল্পী আদ্য শৰ্মা সোঁৱৰণী বঁটা ঘোষণা


নলবাৰী, ১৯ ফেব্ৰুৱাৰী (হি.স.)। জীৱন শিল্পী আদ্য শৰ্মা সোঁৱৰণী বঁটা ঘোষণা। প্ৰখ্যাত তবলা বাদক পৰেশ চন্দ্ৰ মিশ্ৰক আদ্য শৰ্মা সোঁৱৰণী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। বিগত দহ বছৰৰ অধিক কালজুৰি ৰাজ্যৰ প্ৰখ্যাত তবলা বাদক গৰাকী তবলাৰ সাধনাৰ সৈতে জৰিত আছিল। নলবাৰী আৰ্ট স্কুলে অহা ২২ ফেব্ৰুৱাৰীত আগবঢ়াব এই বঁটা।

উক্ত দিনাই নলবাৰী আৰ্ট স্কুলত জীৱন শিল্পী দিৱস ২০২৬ উদযাপন কৰা হব ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande