
দৰং, ০৭ জানুৱাৰী (হি.স.)। দলগাঁৱৰ বেছিমাৰীত নিষিদ্ধ গো'মাংসৰ বিৰুদ্ধে দলগাঁও থানাৰ আৰক্ষীৰ অভিযান।
দলগাঁৱৰ অন্তৰ্গত বেছিমাৰীত গো মাংস কছাই বিৰুদ্ধে অভিযান।
বেছিমাৰীত দীৰ্ঘদিনৰ পৰা কছাইয়ে গো মাংস কাটি বিক্ৰী কৰি আছিলে। দলগাঁও থানা আৰক্ষীয়ে জব্দ কৰে নিষিদ্ধ গো' মাংস লগতে এজন কছাই আটক কৰে । আটক কছাইটোক আজিমুল হক বুলি জানব পৰা গৈছে। দলগাঁও থানাৰ আৰক্ষীয়ে নিষিদ্ধ গো' মাংস উদ্ধাৰ কৰে। দলগাঁও আৰক্ষীয়ে আৰক্ষীয়ে সম্প্ৰতি এই ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু