মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত
যোৰহাট, ০৭ জানুৱাৰী (হি.স.)। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। কথমপি প্ৰাণ ৰক্ষা বিধায়ক ৰূপজ্যোতি কুৰ্মিসহ দেহৰক্ষীৰ। জানিব পৰা মতে যোৰহাট-মৰিয়নিৰ পথৰ পুখুৰীয়াত পুৱতি নিশা এজাক ঘৰচীয়া ম''হক খুন্দা মাৰে বিধায়ক কুৰ্মীৰ দ্ৰুতব
কথমপি প্ৰাণ ৰক্ষা বিধায়ক ৰূপজ্যোতি কুৰ্মিসহ দেহৰক্ষীৰ


যোৰহাট, ০৭ জানুৱাৰী (হি.স.)। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। কথমপি প্ৰাণ ৰক্ষা বিধায়ক ৰূপজ্যোতি কুৰ্মিসহ দেহৰক্ষীৰ।

জানিব পৰা মতে যোৰহাট-মৰিয়নিৰ পথৰ পুখুৰীয়াত পুৱতি নিশা এজাক ঘৰচীয়া ম'হক খুন্দা মাৰে বিধায়ক কুৰ্মীৰ দ্ৰুতবেগী থাৰ বাহনখনে। পুৱতি নিশা বিধায়ক গৰাকীয়ে সমষ্টিৰ কামৰ বাবে াড়ীখন লৈ ওলায় আহোতেই এই দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত বাহনখনৰ সন্মুখভাগৰ ক্ষয় ক্ষতি হয়। কথমপি ৰক্ষা পৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীসহিতে দেহৰক্ষীৰ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande