কামপুৰ বাৰেগোগাত পুতি থোৱা অৱস্থাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ
নগাঁও, ০৭জানুৱাৰী (হি.স.)। কামপুৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা ৷ কামপুৰ বাৰেগোগাত পুতি থোৱা অৱস্থাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ ৷ উদ্ধাৰ হোৱা নৱজাতকটো এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ ৷ পূৰবী বৰা নামৰ কিশোৰী গৰাকীৰ মাতৃয়ে ঘৰৰ কাষত পুতি থৈছিল নৱজাতক
কামপুৰ বাৰেগোগাত পুতি থোৱা অৱস্থাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ


নগাঁও, ০৭জানুৱাৰী (হি.স.)। কামপুৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা ৷ কামপুৰ বাৰেগোগাত পুতি থোৱা অৱস্থাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ ৷ উদ্ধাৰ হোৱা নৱজাতকটো এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ ৷

পূৰবী বৰা নামৰ কিশোৰী গৰাকীৰ মাতৃয়ে ঘৰৰ কাষত পুতি থৈছিল নৱজাতকটো ৷ ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ গাঁত খান্দি নৱজাতৰক মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে ৷ ইফালে কিশোৰী গৰাকীক আৰক্ষীয়ে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে ৷ কেইমাহমান পূৰ্বে পূৰবী বৰাই লগত ১৬ বছৰীয়া কিশোৰী জনীক লগত লৈ কামপুৰ বাৰেগোগাৰ মৃদুল লস্কৰ নামৰ যুৱক জনলৈ পলাই আহিছিল ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande