শোণিতপুৰৰ বালিপৰাত পথ দুৰ্ঘটনাত এজন নিহত
শোণিতপুৰ, ০৭ জানুৱাৰী (হি.স.)। শোণিতপুৰৰ বালিপৰাত শোকাৱহ পথ দুৰ্ঘটনা l দ্ৰুতবেগী মটৰচাইকেলৰ খুন্দাত আজি নিহত হয় এজন ব্যক্তি। ব্যক্তিজনৰ নাম লক্ষ্মণ বৰ্মন বুলি জানিব পৰা গৈছেl এখন এএছ ১২ এজি ২৮৬৯ নম্বৰৰ পালচাৰ বাইকেৰে খুন্দা মৰাৰ ফলত থিতাতে ন
শোণিতপুৰৰ বালিপৰাত পথ দুৰ্ঘটনাত এজন নিহত


শোণিতপুৰ, ০৭ জানুৱাৰী (হি.স.)। শোণিতপুৰৰ বালিপৰাত শোকাৱহ পথ দুৰ্ঘটনা l দ্ৰুতবেগী মটৰচাইকেলৰ খুন্দাত আজি নিহত হয় এজন ব্যক্তি।

ব্যক্তিজনৰ নাম লক্ষ্মণ বৰ্মন বুলি জানিব পৰা গৈছেl

এখন এএছ ১২ এজি ২৮৬৯ নম্বৰৰ পালচাৰ বাইকেৰে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় ব্যক্তিজন। ইফালে দুৰ্ঘটনা সংঘটিত কৰি মটৰ চাইকেল আৰোহীজনে সেই স্থানৰ পৰা পলায়ন কৰে। অৱশেষত চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰিলে মটৰচাইকেল সহ আৰোহীজনক। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande