ডিগবৈৰ টিংৰাই হোলোংহাবি চাহ বাগিছাত স্বাস্থ্যৱান শ্রমিক যোজনাঅভিযানৰ স্বাস্থ্য শিবিৰ ৰূপায়ণ
তিনিচুকীয়া, ০৬ জানুৱাৰী (হি.স.)। ডিগবৈৰ টিংৰাই হোলোংহাবি চাহ বাগিছাত স্বাস্থ্যৱান শ্রমিক যোজনাঅভিযানৰ স্বাস্থ্য শিবিৰ ৰূপায়ণ অনুষ্ঠানত উপস্থিত স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল আজি ডিগবৈৰ টিংৰাই হোলোংহাবি চাহ বাগিচাত চাহ বাগিচাৰ কৰ্মীসকলৰ বাবে সুলভ
ডিগবৈৰ টিংৰাই হোলোংহাবি চাহ বাগিছাত স্বাস্থ্যৱান শ্রমিক যোজনাঅভিযানৰ স্বাস্থ্য শিবিৰ ৰূপায়ণ


তিনিচুকীয়া, ০৬ জানুৱাৰী (হি.স.)। ডিগবৈৰ টিংৰাই হোলোংহাবি চাহ বাগিছাত স্বাস্থ্যৱান শ্রমিক যোজনাঅভিযানৰ স্বাস্থ্য শিবিৰ ৰূপায়ণ

অনুষ্ঠানত উপস্থিত স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল আজি ডিগবৈৰ টিংৰাই হোলোংহাবি চাহ বাগিচাত চাহ বাগিচাৰ কৰ্মীসকলৰ বাবে সুলভ আৰু গুণগত মানসম্পন্ন স্বাস্থ্য সেৱাৰ বাবে উচ্চ ৰক্তচাপ, মধুমেহ,যক্ষ্মা আৰু কুষ্ঠ ৰোগৰ পৰীক্ষা আৰু চিকিৎসা আদি কৰি কেইবাটাও ৰোগৰ বাবে এক স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।

অনুষ্ঠানত উপস্থিত থাকে বিধায়ক সুৰেণ ফুকন,মৰাণ স্বায়ত্ত্ব শাসিত পৰিষদৰ চিইএম অৰুণজ্যোতি মৰাণকে আদিকৰি বিশিষ্ট ব্যক্তিসকলৰ লগতে চাহ বাগিচাৰ কৰ্মীসকল l

অনুষ্ঠানত উপস্থিত থাকি অখিল গগৈৰ বিৰুদ্ধেও এক গুৰুত্বপুৰ্ণ মন্তব্য কৰে l

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande