ৰঙিয়াৰ তুলসীবাৰীত গৰখীয়া গোপাল মাৰলী থানৰ ৪২ সংখ্যক বাৰ্ষিক উৎসৱৰ লাইখুটা স্থাপন
কামৰূপ, ০৪ জানুৱাৰী (হি.স.)। ৰঙিয়াৰ তুলসীবাৰীত গৰখীয়া গোপাল মাৰলী থানৰ ৪২ সংখ্যক বাৰ্ষিক উৎসৱৰ লাইখুটা স্থাপন। মাংগলিক কাৰ্যসূচীৰে অনুষ্ঠিত কাৰ্যসূচীত অ্ংশগ্ৰহণৰে লাইখুটা স্থাপন কৰে স্থানীয় বিধায়ক ভবেশ কলিতাই। অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ পৰা সমবে
ৰঙিয়াৰ তুলসীবাৰীত গৰখীয়া গোপাল মাৰলী থানৰ ৪২ সংখ্যক বাৰ্ষিক উৎসৱৰ লাইখুটা স্থাপন


কামৰূপ, ০৪ জানুৱাৰী (হি.স.)। ৰঙিয়াৰ তুলসীবাৰীত গৰখীয়া গোপাল মাৰলী থানৰ ৪২ সংখ্যক বাৰ্ষিক উৎসৱৰ লাইখুটা স্থাপন।

মাংগলিক কাৰ্যসূচীৰে অনুষ্ঠিত কাৰ্যসূচীত অ্ংশগ্ৰহণৰে লাইখুটা স্থাপন কৰে স্থানীয় বিধায়ক ভবেশ কলিতাই। অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ পৰা সমবেত ভক্ত সকলে আধ্যাত্মিক বন্দনাৰে মুখৰিত কৰি তোলে গৰখীয়া গোপাল মাৰলী থান প্ৰাঙ্গণ ।অহা ২৫ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হব বাৰ্ষিক উৎসৱৰ ভাগি ।২৬ জানুৱাৰীৰ দিনটোত লক্ষাধিক ভক্তৰ সমাগম ঘটিব ।মহোৎসৱৰ অন্যতম আকৰ্ষনীয় কাৰ্যসূচী ৰূপে ভক্ত সকলৰ মাজত সমুহীয়া ভোগ বিতৰণ কৰা হ'ব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande