
নগাঁও, ০৪ জানুৱাৰী (হি.স.)। ৰূপহীহাটত গৰু চোৰৰ সন্ত্ৰাস। নায়েব আলী নামৰ চোৰৰ সন্ত্ৰাসত অতিষ্ঠ অঞ্চলবাসী।
লৰিৰমুখৰ কচাই নায়েব আলীয়ে চুৰিৰ গৰুৰে চলাই গৈছে কচাইখানা। গৃহস্থৰ গোহালিৰ পৰা নিশা গৰু চুৰি কৰি আনি কাটে কচাই নায়েব আলিয়ে।
গৃহস্থই কাৱৈমাৰী আৰক্ষীৰ সহযোগত নায়েব আলীৰ ঘৰৰ পৰা উদ্ধাৰ কৰে চুৰি কৰি আনি কটা গৰু। মানৱৰূপী দানৱ কচাই নায়েব আলীয়ে চুৰি কৰি আনি কটা গৰুৰ পেটৰ ওলাই কৰে গৰুৰ পোৱালি।
আৰক্ষীয়ে গৰু চোৰ নায়েব আলীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰে তাৰে দাবী ৰাইজৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা