নলবাৰীত অনুস্থিত হ'ব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা
নলবাৰী, ০৩জানুৱাৰী (হি.স.)। কাইলৈৰ পৰা নলবাৰীত অনুস্থিত হ''ব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা। কাইলৈ অসমৰ কেইবাটাও সমস্যা সম্পৰ্কত অনুষ্ঠিত হব আলোচনা। সভাত যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, সভাপতি পলাশ চাংম
নলবাৰীত অনুস্থিত হ'ব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা


নলবাৰী, ০৩জানুৱাৰী (হি.স.)। কাইলৈৰ পৰা নলবাৰীত অনুস্থিত হ'ব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা। কাইলৈ অসমৰ কেইবাটাও সমস্যা সম্পৰ্কত অনুষ্ঠিত হব আলোচনা। সভাত যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, সভাপতি পলাশ চাংমাই সাধাৰণ সম্পাদক বিজন বায়নৰ লগতে অসমৰ বিভিন্ন স্থানৰ আশী গৰাকী কাৰ্যনিৰ্বাহক তথা বিষয় ববীয়া।

কাইলৈ উক্ত কাৰ্যনিৰ্বাহক সভাতে প্ৰথিতযশা সাংবাদিক হাইদৰ হুছেইনক চুকাফা বঁটা প্ৰদান কৰিব। পুৰ্বে ঘোষিত অনুসৰি প্ৰদান কৰা হব এই বঁটা।ইপিনে বিধান সভাৰ নিৰ্বাচনৰ পুৰ্বে অনুস্থিত এই সভাই বিশেষ তাৎপৰ্য বহন কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande