চৰাইদেউত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ উদ্দেশ্যে টিকাকৰণ অভিযান আৰম্ভ
চৰাইদেউ, ১৯ জানুৱাৰী (হি.স.)। চৰাইদেউত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ উদ্দেশ্যে টিকাকৰণ অভিযান আৰম্ভ। চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ত শুভাৰম্ভ কৰিলে প্রাপ্তবয়স্ক জাপানীজ এনকেফেলাইটিছ টিকাকৰণ অভিযান। জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপস্থিতিত শুভ
চৰাইদেউত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ উদ্দেশ্যে টিকাকৰণ অভিযান আৰম্ভ


চৰাইদেউ, ১৯ জানুৱাৰী (হি.স.)। চৰাইদেউত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ উদ্দেশ্যে টিকাকৰণ অভিযান আৰম্ভ।

চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ত শুভাৰম্ভ কৰিলে প্রাপ্তবয়স্ক জাপানীজ এনকেফেলাইটিছ টিকাকৰণ অভিযান।

জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপস্থিতিত শুভাৰম্ভ এই অভিযানৰ। চৰাইদেউ জিলাৰ প্ৰতিটো অঞ্চলত আজিৰপৰা তিনি সপ্তাহৰ বাবে ১৫-৬৫ বছৰ বয়সৰ সকলো ব্যক্তিক সামৰি আয়োজন কৰা হৈছে এই টিকাকৰণ অভিযান।

শুভাৰম্ভ অনুষ্ঠানত উপস্থিত চৰাইদেউ জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande