কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপটীয়া বাঘৰ মৃতদেহ উদ্ধাৰ
কাজিৰঙা, ১৯ জানুৱাৰী (হি.স.)। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপটীয়া বাঘৰ মৃতদেহ উদ্ধাৰ। বাগৰি বনাঞ্চলৰ কাঠপাৰা এলেকাত উদ্ধাৰ এটা মাইকী বাঘৰ মৃতদেহটো। পাৰস্পৰিক যুঁজৰ পৰিণতিতে বাঘজনীৰ মৃত্যু ঘটাৰ সন্দেহ। মৰণোত্তৰ পৰীক্ষাৰ পিছত বিভাগীয় নীতি-নিয়ম অন
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপটীয়া বাঘৰ মৃতদেহ উদ্ধাৰ


কাজিৰঙা, ১৯ জানুৱাৰী (হি.স.)। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপটীয়া বাঘৰ মৃতদেহ উদ্ধাৰ।

বাগৰি বনাঞ্চলৰ কাঠপাৰা এলেকাত উদ্ধাৰ এটা মাইকী বাঘৰ মৃতদেহটো। পাৰস্পৰিক যুঁজৰ পৰিণতিতে বাঘজনীৰ মৃত্যু ঘটাৰ সন্দেহ। মৰণোত্তৰ পৰীক্ষাৰ পিছত বিভাগীয় নীতি-নিয়ম অনুসাৰে দাহ কৰা হয় মৃতদেহটো।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande