ৰংদৈ দ-গাঁৱৰ যুৱকবৃন্দৰ উদ্যোগত সপ্তম বর্ষ সদৌ অসম শিশু ভাওনা সমাৰোহৰ আৰম্ভ
লখিমপুৰ, ১৮ জানুৱাৰী (হি.স.)। ৰংদৈ দ-গাঁৱৰ যুৱকবৃন্দৰ উদ্যোগত আৰু দ-গাঁওবাসী ৰাইজৰ সহযোগত সপ্তম বর্ষ সদৌ অসম শিশু ভাওনা সমাৰোহৰ আৰম্ভ। হস্তীৰ সহিতে ধৰ্মীয় শোভাযাত্ৰাও উলিওৱা হয শিশু ভাওনা সমাৰোহ উপলক্ষে। ৰংদৈ দ-গাঁও বৰনামঘৰ ক্ষেত্ৰৰ লবোৰাম শইক
ৰংদৈ দ-গাঁৱৰ যুৱকবৃন্দৰ উদ্যোগত সপ্তম বর্ষ  সদৌ অসম শিশু ভাওনা সমাৰোহৰ আৰম্ভ


লখিমপুৰ, ১৮ জানুৱাৰী (হি.স.)। ৰংদৈ দ-গাঁৱৰ যুৱকবৃন্দৰ উদ্যোগত আৰু দ-গাঁওবাসী ৰাইজৰ সহযোগত সপ্তম বর্ষ

সদৌ অসম শিশু ভাওনা সমাৰোহৰ আৰম্ভ।

হস্তীৰ সহিতে ধৰ্মীয় শোভাযাত্ৰাও উলিওৱা হয শিশু ভাওনা সমাৰোহ উপলক্ষে। ৰংদৈ দ-গাঁও বৰনামঘৰ ক্ষেত্ৰৰ লবোৰাম শইকীয়া ৰাজহুৱা খেলপথাৰত ৪ মাঘৰ পৰা ১০ মাঘলৈ অনুষ্ঠিত হোৱা সদৌ অসম শিশু ডাওনা সমাৰোহত অসমৰ বিভিন্ন জিলাৰ ১২ খন ভাওনা প্ৰদৰ্শন কৰিব বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande