অসমত অনুষ্ঠিত হব ৭৯ সংখ্যক সন্তোষ ট্রফী ফুটবল প্রতিযোগিতা
ধেমাজি, ১৮ জানুৱাৰী (হি.স.)। সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ উদ্যোগত, অসম ফুটবল সন্থাৰ তত্ত্বাৱধানত অসমত অনুষ্ঠিত হব ৭৯ সংখ্যক সন্তোষ ট্রফী ফুটবল প্রতিযোগিতা। ঢকুৱাখনা আৰু চিলাপথাৰত ২১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ''ব এই প্ৰতিযোগিতা। প্রতিযোগিতাখনিত মূল ৰাউ
অসমত অনুষ্ঠিত হব ৭৯ সংখ্যক সন্তোষ ট্রফী ফুটবল প্রতিযোগিতা


ধেমাজি, ১৮ জানুৱাৰী (হি.স.)। সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ উদ্যোগত, অসম ফুটবল সন্থাৰ তত্ত্বাৱধানত অসমত অনুষ্ঠিত হব ৭৯ সংখ্যক সন্তোষ ট্রফী ফুটবল প্রতিযোগিতা।

ঢকুৱাখনা আৰু চিলাপথাৰত ২১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। প্রতিযোগিতাখনিত মূল ৰাউণ্ডত ভাৰতবৰ্ষৰ ১২খন ৰাজ্যই অংশগ্রহণ কৰিব। ঢকুৱাখনাত অসম ফুটবল সন্থাৰ সভাপতি নৱ কুমাৰ দলেই এক সংবাদমেলত এই কথা জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande