পৰম্পৰা ৰক্ষা কৰি প্ৰহিলা মাঘৰ দিনাই কামপুৰ চাংচকী পথাৰত অনুষ্ঠিত ম'হ যুঁজ প্ৰতিযোগীতা
নগাঁও, ১৫ জানুৱাৰী (হি.স.)। পৰম্পৰা ৰক্ষা কৰি পহিলা মাঘৰ দিনাই কামপুৰ চাংচকী পথাৰত অনুষ্ঠিত হ''ল ম''হ যুঁজ প্ৰতিযোগীতা ৷ ক''লা ক''লা শিঙৰ গোণা ম''হৰ যুঁজত আপ্লুত হৈ পৰিল দৰ্শক ৰাইজ ৷ বিগত বছৰ সমূহৰ দৰে এইবেলিও চাংচকী পথাৰত অনুষ্ঠিত হোৱা ম
পৰম্পৰা ৰক্ষা কৰি প্ৰহিলা মাঘৰ দিনাই কামপুৰ চাংচকী পথাৰত অনুষ্ঠিত ম'হ যুঁজ প্ৰতিযোগীতা


নগাঁও, ১৫ জানুৱাৰী (হি.স.)। পৰম্পৰা ৰক্ষা কৰি পহিলা মাঘৰ দিনাই কামপুৰ চাংচকী পথাৰত অনুষ্ঠিত হ'ল ম'হ যুঁজ প্ৰতিযোগীতা ৷ ক'লা ক'লা শিঙৰ গোণা ম'হৰ যুঁজত আপ্লুত হৈ পৰিল দৰ্শক ৰাইজ ৷

বিগত বছৰ সমূহৰ দৰে এইবেলিও চাংচকী পথাৰত অনুষ্ঠিত হোৱা ম'হ যুঁজ প্ৰতিযোগীতাত ১০ হাল ম'হে অংশ গ্ৰহণ কৰে ৷ এই ম'হ যুঁজ চাবলৈ বহু সংখ্যক লোকে ভিৰ কৰে। উল্লেখ্য যে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বাপতি সাহোন ভোগালী বিহুত মধ্য অসমত হোৱা ম'হ যুঁজে বিশেষভাৱে সকলো লোককে আকৰ্ষিত কৰি আহিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande