নগাঁৱৰ ৰাঙলুগাঁৱত পুখুৰীত পৰি তিনি বছৰীয়া কণ্যা শিশুৰ কৰুণ মৃত্যু
নগাঁও, ১৪ জানুৱাৰী (হি.স.)। ভোগালীৰ আনন্দৰ মাজতে নগাঁৱৰ ৰাঙলুগাঁৱত এক কৰুণ ঘটনা সংঘটিত হৈছে ৷ ঘৰৰ কাষত থকা পুখুৰীত পৰি কৰুণ মৃত্যুমুখত পৰে এগৰাকী তিনি বছৰীয়া কণ্যা শিশু ৷ জানিব পৰামতে, খেলি থকাৰ সময়তে অংগনৱাদী কেন্দৰ কাষত থকা দ'' পুখুৰীত পৰি যায় শ
নগাঁৱৰ ৰাঙলুগাঁৱত পুখুৰীত পৰি তিনি বছৰীয়া কণ্যা শিশুৰ কৰুণ মৃত্যু


নগাঁও, ১৪ জানুৱাৰী (হি.স.)। ভোগালীৰ আনন্দৰ মাজতে নগাঁৱৰ ৰাঙলুগাঁৱত এক কৰুণ ঘটনা সংঘটিত হৈছে ৷ ঘৰৰ কাষত থকা পুখুৰীত পৰি কৰুণ মৃত্যুমুখত পৰে এগৰাকী তিনি বছৰীয়া কণ্যা শিশু ৷

জানিব পৰামতে, খেলি থকাৰ সময়তে অংগনৱাদী কেন্দৰ কাষত থকা দ' পুখুৰীত পৰি যায় শিশুটি ৷ পাছত শিশুটি উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও মৃত ঘোষণ কৰে চিকিৎসকে ৷ মৃত শিশুটিৰ নাম আনিছা খাতুন বুলি জনা গৈছে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande