তিনিখন দেশৰ ৰাষ্ট্ৰদূতৰ ৰাষ্ট্ৰপতিৰ ওচৰত নিজৰ পৰিচয় পত্ৰ দাখিল
নতুন দিল্লী, ১৪ জানুৱাৰী (হি.স.)। ৰাষ্ট্ৰপতি ভৱনত বুধবাৰে অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তিনিখন দেশৰ ৰাষ্ট্ৰদূতৰ পৰা পৰিচয় পত্ৰ গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি ভৱনৰ মতে, পৰিচয় পত্ৰ দাখিল কৰাসকলৰ ভিতৰত আছিল ট্ৰিনিদাদ আৰু ট’বাগোৰ উচ্চায়ুক্
त्रिनिदाद और टोबैगो के उच्चायुक्त चंद्रदथ सिंह बुधवार को राष्ट्रपति द्रौपदी मुर्मु को अपना परिचय पत्र सौंपते हुए


নতুন দিল্লী, ১৪ জানুৱাৰী (হি.স.)। ৰাষ্ট্ৰপতি ভৱনত বুধবাৰে অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তিনিখন দেশৰ ৰাষ্ট্ৰদূতৰ পৰা পৰিচয় পত্ৰ গ্ৰহণ কৰে।

ৰাষ্ট্ৰপতি ভৱনৰ মতে, পৰিচয় পত্ৰ দাখিল কৰাসকলৰ ভিতৰত আছিল ট্ৰিনিদাদ আৰু ট’বাগোৰ উচ্চায়ুক্ত চন্দ্ৰদথ সিং, অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰদূত ড০ ৰবাৰ্ট জিছগ, আৰু আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰ।

এই উপলক্ষে ৰাষ্ট্ৰপতিয়ে সকলো ৰাষ্ট্ৰদূতক আদৰণি জনোৱাৰ লগতে তেওঁলোকৰ কাৰ্যকালৰ শুভেচ্ছা জনায়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande