খুমটাইত আছুৰ উপ সভাপতি অভিবৰ্তন গোস্বামীৰ বাসগৃহত মেজি প্ৰজ্বলন
গোলাঘাট, ১৪ জানুৱাৰী (হি.স.)। আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বছৰ বছৰ ধৰি অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন মাঘ বিহু। ৰাজ্যবাসীয়ে হেপাহেৰে উদযাপন কৰিছে বিহু । সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি অভিবৰ্তন গোস
খুমটাইত আছুৰ উপ সভাপতি অভিবৰ্তন গোস্বামীৰ বাসগৃহত মেজি প্ৰজ্বলন


গোলাঘাট, ১৪ জানুৱাৰী (হি.স.)। আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বছৰ বছৰ ধৰি অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন মাঘ বিহু। ৰাজ্যবাসীয়ে হেপাহেৰে উদযাপন কৰিছে বিহু ।

সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি অভিবৰ্তন গোস্বামীৰ বাসগৃহত মেজি প্ৰজ্বলন কৰা হয়। আধ্যাত্মিক ৰীতি-নীতিৰে পৰম্পৰাগতভাৱে পৰিয়ালৰ সৈতে মেজি প্ৰজ্বলন কৰি অসূয়া নাশ আৰু ৰাজ্যবাসীৰ মংগল কামনা কৰে আছু নেতাগৰাকীয়ে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande