মাঘ বিহুৰ দিনাই বিজনী ৰেল গেটৰ সমীপৰ মৃত দেহ উদ্ধাৰ
চিৰাং, ১৪ জানুৱাৰী (হি.স.)। মাঘ বিহুৰ দিনাই বিজনী ৰেল গেটৰ সমীপৰ মৃত দেহ উদ্ধাৰ।চিৰাং জিলাৰ বিজনীৰ ৰেল গেটৰ সমীপৰ মৃত দেহ উদ্ধাৰ হয়। জানিব পৰা মতে নামনি মুৱা মালবাহী ৰেলৰ খুন্দাত মৃত্যু হয় ব্যক্তি গৰাকীৰ। ব্যক্তি গৰাকী বিজনীৰ ২নং ছাতিয়ানগুৰীৰ
মাঘ বিহুৰ দিনাই বিজনী ৰেল গেটৰ সমীপৰ মৃত দেহ উদ্ধাৰ


চিৰাং, ১৪ জানুৱাৰী (হি.স.)। মাঘ বিহুৰ দিনাই বিজনী ৰেল গেটৰ সমীপৰ মৃত দেহ উদ্ধাৰ।চিৰাং জিলাৰ বিজনীৰ ৰেল গেটৰ সমীপৰ মৃত দেহ উদ্ধাৰ হয়।

জানিব পৰা মতে নামনি মুৱা মালবাহী ৰেলৰ খুন্দাত মৃত্যু হয় ব্যক্তি গৰাকীৰ। ব্যক্তি গৰাকী বিজনীৰ ২নং ছাতিয়ানগুৰীৰ নিবাসী অনিল দাস(৬০) বুলি চিনাক্ত কৰা হৈছে।জানিব পৰা মতে ব্যক্তি গৰাকী মানসিক ভাবে কিছু বিকাৰগ্ৰস্থ আছিল।ব্যক্তি গৰাকী ৰেল লাইন পাৰ হোৱাৰ সময়তেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। নামনি মুৱা মালবাহী ৰেলে খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় ব্যক্তি গৰাকী।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande