কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
কাৰ্বিআংলং, ১৪ জানুৱাৰী (হি.স.)। কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি ডিফু বিধানসভা সমষ্টিত উপস্থিত হ''ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।পোপ প্ৰথমে বৈঠালাংছত উপস্থিত হৈ চেক বিতৰণ কাৰ্য সূচীত অংশ লব। ইয়াৰ পিছত ডিফুৰ তাৰালাংছত অনুষ্ঠিত
কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


কাৰ্বিআংলং, ১৪ জানুৱাৰী (হি.স.)। কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি ডিফু বিধানসভা সমষ্টিত উপস্থিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।পোপ প্ৰথমে বৈঠালাংছত উপস্থিত হৈ চেক বিতৰণ কাৰ্য সূচীত অংশ লব।

ইয়াৰ পিছত ডিফুৰ তাৰালাংছত অনুষ্ঠিত মূখ্যমন্ত্ৰী মহিলা উদ্যমিতা আচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশ ল'ব৷ডিফু বিধানসভা সমষ্টিত ২৪৬৬০গৰাকী মহিলা হিতাধিকাৰীক দহ হাজাৰ টকাৰ চেক বিতৰণ কৰিব ইয়াৰে ১৯৮১৭ গৰাকী ৰুৰেল আৰু ৪৮৪৩ গৰাকী আৰবান। ডিফুত উপস্থিত হৈ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে এখন সভা সম্বোধন কৰিব ।সভাস্থলীত ৰাতিপুৱাৰে পৰা হাজাৰ হাজাৰ মহিলা উপস্থিত হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande