
শিৱসাগৰ, ১৩ জানুৱাৰী (হি.স.)। সমগ্ৰ ৰাজ্যত ভোগালীৰ পাৰভঙা উচাহ l শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰত প্ৰায় ত্ৰিশ কেজি ওজনৰ বৰালি l
শিৱসাগৰতো দেখা গৈছে প্ৰতি গৰাকী অসমীয়া বিহুৰ উৰুকাৰ বাবে উচাহ উদ্দীপনা l হাঁহে মাহে এঁসাজ খোৱাৰ বাবে সাজু হৈছে সকলো l
শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰত ৰৌ ,বৰালি ,চিতল থলুৱা মাছে পৰিছে ভৰি l গ্ৰাহকৰ ভিৰ মাছৰ বজাৰত উৰুকাৰ নিশা সকলোৱে মিলি এঁসাজ খোৱাৰ বাবে নিজৰ পচন্দৰ মাছতো কিনিবলৈ লগাইছে হেতা ওপৰা l
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু