যোৰহাটৰ মাছৰ বজাৰত উভৈনদী বিভিন্ন প্ৰকাৰৰ মাছৰ
যোৰহাট, ১৩ জানুৱাৰী (হি.স.)। আজি ভোগালী বিহুৰ উৰুকা । চৌদিশে ভোগালী বিহুৰ পাৰ ভগা উৎসাহ। ব্যাপক ভিৰ লাগিছে মাছ আৰু পাচলিৰ বজাৰত। ৰাজ্যৰ অইন প্ৰান্তৰ দৰে যোৰহাটৰ মাছৰ বজাৰত উভৈনদী হৈ পৰিছে বিভিন্ন প্ৰকাৰৰ মাছৰ। নিউভিল ৰোডৰ বজাৰত ওলাইছে ১১ কেজি ওজন
যোৰহাটৰ মাছৰ বজাৰত উভৈনদী বিভিন্ন প্ৰকাৰৰ মাছৰ


যোৰহাট, ১৩ জানুৱাৰী (হি.স.)। আজি ভোগালী বিহুৰ উৰুকা । চৌদিশে ভোগালী বিহুৰ পাৰ ভগা উৎসাহ।

ব্যাপক ভিৰ লাগিছে মাছ আৰু পাচলিৰ বজাৰত। ৰাজ্যৰ অইন প্ৰান্তৰ দৰে যোৰহাটৰ মাছৰ বজাৰত উভৈনদী হৈ পৰিছে বিভিন্ন প্ৰকাৰৰ মাছৰ।

নিউভিল ৰোডৰ বজাৰত ওলাইছে ১১ কেজি ওজন পৰ্যন্ত বৰালি মাছ। এই মাছ কিনিবলৈ হেটা উপৰা লাগিছে গ্ৰাহকৰ। অনুৰূপ ধৰনে বিভিন্ন শাক পাচলি ৰে ভৰি পৰিছে যোৰহাটৰ ভোগালী বিহুৰ বজাৰ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande