আজি কৰ্ণাটকৰ মহীশূৰ ভ্ৰমণলৈ আহিব ৰাহুল গান্ধী
মহীশূৰ (কৰ্ণাটক), ১৩ জানুৱাৰী (হি.স.)। কৰ্ণাটক ৰাজ্যিক কংগ্ৰেছৰ নেতৃত্ব সলনি হোৱাৰ উৰাবাতৰিৰ মাজতে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আজি মহীশূৰ ভ্ৰমণ কৰিব। মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া আৰু উপ-মুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰক ৰাহুলে সাক্ষাৎ কৰিব পাৰে।
Rahul Gandhi

ৰাহুল গান্ধীয়ে দুপৰীয়া ২:২০ বজাত বিশেষ বিমানেৰে মহীশূৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত হেলিকপ্টাৰেৰে কেৰালাৰ ৱায়ানাদ অভিমুখে ৰাওনা হ’ব। ইয়াৰ পূৰ্বে ৰাহুল গান্ধীৰ সৈতে বৈঠকত মিলিত হ’ব সিদ্ধাৰমৈয়া আৰু শিৱকুমাৰ। ক্ষমতা হস্তান্তৰ আৰু মন্ত্ৰীসভাৰ সালসলনিৰ সন্দৰ্ভত বিৰোধী বাৰ্তাৰ মাজতে ৰাহুলৰ এই ভ্ৰমণে তাৎপৰ্য লাভ কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

 rajesh pande