আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যৌথ অভিযানত হাইলাকান্দিত জব্দ ৭২০০ য়াবা টেবলেত
হাইলাকান্দি, ১৩ জানুৱাৰী (হি.স.)। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যৌথ অভিযানত হাইলাকান্দিত জব্দ ৭২০০ ওয়াবা টেবলেত।হাইলাকান্দি জিলাৰ ৰাঙাউটি গাঁ‌ওত অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত এখ্ন ঘৰত বৃহৎ অভিযান চলাই আৰু এই অভিযানত যোৱা কালি নিশ
আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যৌথ অভিযানত হাইলাকান্দিত জব্দ ৭২০০ য়াবা টেবলেত


হাইলাকান্দি, ১৩ জানুৱাৰী (হি.স.)। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যৌথ অভিযানত হাইলাকান্দিত জব্দ ৭২০০ ওয়াবা টেবলেত।হাইলাকান্দি জিলাৰ ৰাঙাউটি গাঁ‌ওত অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত এখ্ন ঘৰত বৃহৎ অভিযান চলাই আৰু এই অভিযানত যোৱা কালি নিশা ৭২০০ ওয়াবা টেবলেত সহ দুটা গাড়ি ছয়টা মোবাইল ফোন আৰু এটা ৫৬ ইঞ্চি টিভি জব্দ কৰিবলৈ সক্ষম হৈছে হাইলাকান্দি আৰক্ষী।

জব্দকৃত বাহনৰ নাম্বাৰ হৈছে এএছ ০১ ইইউ ৪৩৪৮ আৰু এ এছ ০১ জি এফ ৯৬২২ । লগতে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ কৰা লোক কেইজন হৈছে ১.হুজাইল আহমেদ মজুমদাৰ ২.কুতুব উদ্দিন ৩.সেলিম উদ্দিন চৌধুৰী আৰু আনোৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে গেপ্তাৰ কৰি সদৰ আৰক্ষী চকীলৈ লৈ আনিছে।জব্দকৃত ইয়াবা টেবলেতৰ বজাৰ মূল্য প্ৰায় ৩০ লাখ টকা হব বুলি আৰক্ষীয়ে জনাইছে।গ্ৰেপ্তাৰ কৰা সকলক সোধপোছ অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande