হাজোত বুলবুলি চৰাইৰ যুঁজ বাতিল
কামৰূপ, ১৩ জানুৱাৰী (হি.স.)। হাজোত বুলবুলি চৰাইৰ যুঁজ বাতিল। হাজো মাধৱ মন্দিৰত বুলবুলি যুজ বাতিল। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ খেল পৰিচালনা সমিতিয়ে বাতিল কৰিলে বুলবুলি যুজ। অৱশেষত বাতিল হল হাজোৰ বুলবুলি চৰাই খেল। ন্যায়ালয়ৰ নিৰ্দেশনা মানি এইবছৰো
হাজোত বুলবুলি চৰাইৰ যুঁজ বাতিল


কামৰূপ, ১৩ জানুৱাৰী (হি.স.)। হাজোত বুলবুলি চৰাইৰ যুঁজ বাতিল। হাজো মাধৱ মন্দিৰত বুলবুলি যুজ বাতিল।

হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ খেল পৰিচালনা সমিতিয়ে বাতিল কৰিলে বুলবুলি যুজ।

অৱশেষত বাতিল হল হাজোৰ বুলবুলি চৰাই খেল। ন্যায়ালয়ৰ নিৰ্দেশনা মানি এইবছৰো নহব বুলবুলি চৰাইৰ খেল। বুলবুলি চৰাইৰ খেল অনুস্থিত কৰিবলৈ অনুমতি বিচাৰি মন্দিৰ পৰিচালনা সমিতিয়ে মূখ্যমন্ত্ৰীৰ সতে আলোচনা কৰিবলৈ পত্ৰও প্ৰেৰণ কৰিছিল। কিন্তু আলোচনা নহল। ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশনা বাহাল থকাত বুলবুলি চৰাইৰ খেল অনুস্থিত নকৰাৰ সিদ্ধান্ত লয় মন্দিৰ পৰিচালনা সমিতিয়ে। উল্লেখ্য যে কেইবাবছৰো বন্ধ হৈ থকাৰ পাচত অসম চৰকাৰৰ এছ অ পি মতে ২০২৪ বৰ্ষত অনুস্থিত হৈছিল বুলবুলি চৰাইৰ খেল। সেইবাৰ খোদ মূখ্যমন্ত্ৰীয়েও উপভোগ কৰিছিল বুলবুলি চৰাইৰ খেল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande