ওৰাং আৰক্ষীৰ অভিযানত ৪৯ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা সহ এজন গাঞ্জা সৰবৰাহকাৰীক আটক
ওদালগুৰি, ১৩ জানুৱাৰী (হি.স.)। ওৰাং আৰক্ষীৰ অভিযানত পুনৰ ১৪৯ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ। এজন গাঞ্জা ব্যৱসায়িক আটক আৰক্ষীৰ। ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীৰ অভিযানত পুনৰ গাঞ্জা জব্দ | অভিযানত ১৪৯ কেজি নিষিদ্ধ গাঞ্জা জব্দ কৰে ওৰাং আৰক্ষীয়ে | ওৰাং
ওৰাং আৰক্ষীৰ অভিযানত ৪৯ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা সহ এজন গাঞ্জা সৰবৰাহকাৰীক আটক


ওদালগুৰি, ১৩ জানুৱাৰী (হি.স.)। ওৰাং আৰক্ষীৰ অভিযানত পুনৰ ১৪৯ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ। এজন গাঞ্জা ব্যৱসায়িক আটক আৰক্ষীৰ।

ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীৰ অভিযানত পুনৰ গাঞ্জা জব্দ | অভিযানত ১৪৯ কেজি নিষিদ্ধ গাঞ্জা জব্দ কৰে ওৰাং আৰক্ষীয়ে | ওৰাং আৰক্ষীৰ গোপন অভিযানত ওৰাঙৰ গেলাবিল‌ অঞ্চলৰ মোৱামাৰী গাওঁৰ পৰা জব্দ হয় গাঞ্জা খিনি।‌ গাঞ্জা ব্যৱসায়িৰ লগত জড়িত এজনক আটক কৰিছে আৰক্ষীয়ে। আটকধীন লোকজনে গাঞ্জা খিনি অৰুণাচল প্ৰদেশ পৰা এ এছ ০১ ডি ভি ১৩০২ নম্বৰৰ বাহনেৰে কঢ়িয়াই আনি থকা অৱস্থাত ওৰাঙৰ গেলাবিলৰ মোৱামাৰী গাওঁৰ পৰা বাহন সহ জব্দ কৰে গাঞ্জা খিনি । গাঞ্জা ব্যৱসায়ৰ লগত জড়িত থকা নিতুল বসুমতাৰী (৪৬) নামৰ‌ এজন‌ লোকক আটক কৰে ওৰাং আৰক্ষীয়ে। ওৰাং আৰক্ষীয়ে ০৫/২৬ নম্বৰত এটা কেচ ৰোজু কৰি তদন্ত চলাই আছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande