Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
12 Jan 2026
৩০ জানুৱাৰীত চিনেমাগৃহত মুক্তি পাবলগীয়া আগন্তুক ছবি মৰ্দানী ৩ৰ বাবে সম্প্ৰতি বাতৰিৰ শিৰোনাম দখল কৰিছে অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে। ইফালে ৰাণীয়ে হিন্দী চলচ্চিত্ৰ জগতত ৩০ বছৰ সম্পূৰ্ণ কৰাৰ উদযাপন কৰে। এই বিশেষ অনুষ্ঠানত তেওঁ ছ’চিয়েল মিডিয়াত এটা..
দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাছৰ হৰৰ-কমেডী ছবি দ্য ৰাজা চাব বক্স অফিচত তিনিদিন সম্পূৰ্ণ কৰিলে। ছবিখনৰ মুক্তিৰ প্ৰথম দিনাই শক্তিশালী মুকলি হোৱাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় দিনত ইয়াৰ গতি হ্ৰাস পায়। ইয়াৰ পিছতো ছবিখনে ১০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰিছে। প্ৰ..
গ্ল’বেল আইকন প্ৰিয়ংকা চোপ্ৰাই ২০২৬ চনৰ গোল্ডেন গ্ল’ব এৱাৰ্ডত পুনৰবাৰ নিজৰ ষ্টাইল আৰু মনোমোহাতাৰে সকলোকে মোহিত কৰে। স্বামী আৰু পপ ষ্টাৰ নিক জ’নাছৰ সৈতে প্ৰিয়ংকাই ৰেড কাৰ্পেটত প্ৰৱেশ কৰাৰ লগে লগে সকলোৰে চকু তেওঁৰ ওপৰত আছিল। প্ৰিয়ংকাৰ এলিগেণ্ট লুক..
11 Jan 2026
দক্ষিণ চিনেমাৰ ডাৰ্লিং আৰু গ্ল''বেল ষ্টাৰ প্ৰভাসৰ বহু প্ৰত্যাশিত ছবি দ্য ৰাজা চাব মুক্তিৰ লগে লগে বক্স অফিচত শক্তিশালী আৰম্ভণি কৰিছিল যদিও দ্বিতীয় দিনাৰ পৰিসংখ্যাই সকলোকে আচৰিত কৰি তুলিছিল। প্ৰথম দিনাই বিশ্বজুৰি ১০০ কোটি টকাৰো অধিক টকাৰ অভিলেখ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha