ছিপাঝাৰত গো-ব্যৱসায়ীৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে আঠটাকৈ গৰু
দৰং, ৩০ ছেপ্টেম্বৰ (হি.স.)। ছিপাঝাৰত নিশা গো-ব্যৱসায়ীৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে আঠটাকৈ গৰু। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিজুলীবাৰীত নিশা দলগাঁওৰ পৰা অহা গো- ব্যৱসায়ীৰ গাড়ী আগছি ধৰে কেইজনমান লোকে। গাড়ীখনৰে দলগাঁওৰ পৰা বৰপেটালৈ অনা হৈছিল আঠটাকৈ গৰু।

Invalid email address

यहां पूरी खबर पढ़ने के लिए कृपया हिन्दुस्थान समाचार को सब्सक्राइब करें।

संपर्क करें

हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001

(+91) 7701800342 / 7701802829

marketing@hs.news


 rajesh pande