Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
29 Sep 2025
ঢাকা, ২৯ ছেপ্টেম্বৰ (হি.স.)। বাংলাদেশ সেনাই যোৱাকালি নিশা দাবী কৰে যে খাগ্ৰাছাৰীৰ গুইমাৰা মহকুমাৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে। অৱশ্যে কিছু অঞ্চলত উত্তেজনা অব্যাহত আছে। এই অশান্তিৰ প্ৰতি সঁহাৰি জনাই ক্ষতিগ্ৰস্ত অঞ্চলত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা ..
ৱাশ্বিংটন/কাবুল, ২৯ ছেপ্টেম্বৰ (হি.স.)। আফগানিস্তানে মুকলি কৰি দিলে আন এজন আমেৰিকান নাগৰিকক। আমিৰ আমিৰী নামৰ এই লোকজন আফগান কাৰাগাৰৰ পৰা মুক্ত হোৱা পঞ্চমজন নাগৰিক হিচাপে পৰিগণিত হৈছে । আমিৰীৰ মুক্তিৰ ক্ষেত্ৰত কাটাৰে গুৰুত্বপূৰ্ণ কূটনৈতিক ভূমিকা ..
ইছলামবাগ, ২৯ ছেপ্টেম্বৰ (হি.স.)। ২০২২ চনৰ ৪ মাৰ্চত পাকিস্তানৰ পেছাৱাৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদী সংগঠন ডায়েছ-কে (ইছলামিক ষ্টেট খোৰাছান)ৰ জ্যেষ্ঠ অধিনায়ক মহম্মদ এহছানী ওৰফে আনোৱাৰ আফগানিস্তানত নিহত হয়। ডায়েছ-কে এটা আঞ্চলিক..
কুৱেটা (বেলুচিস্তান), পাকিস্তান, ২৯ ছেপ্টেম্বৰ (হি.স.)। বেলুচ ৰাষ্ট্ৰীয় আদালতে দেশদ্ৰোহৰ দোষী সাব্যস্ত কৰি তিনিজন বেলুচ নাগৰিক গুলাম হুছেইন, দৌলত খান, ইছহাক নিচাৰীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। তিনিওজনে দীৰ্ঘদিন ধৰি পাকিস্তান সেনাৰ তথ্যদাতা ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha