বিজেপিৰ জেষ্ঠ নেতা বিশিষ্ট লেখক সন্তোষ তৰফদাৰ পূজাৰ শুভেচ্ছা জ্ঞাপন
কোকৰাঝাৰ, ২৯ ছেপ্তেম্বৰ (হি.স.)। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ শাৰদীয় দুৰ্গোৎসৱ উপলক্ষ্যে সমূহ অসমবাসীক বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে। বিজেপিৰ জেষ্ঠ নেতা তথা প্ৰাক্তন কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি বিশিষ্ট লেখক সন্তোষ তৰফদাৰে শুভেচ্ছা জ্ঞ
বিজেপিৰ জেষ্ঠ নেতা বিশিষ্ট লেখক সন্তোষ তৰফদাৰ পূজাৰ শুভেচ্ছা জ্ঞাপন


কোকৰাঝাৰ, ২৯ ছেপ্তেম্বৰ (হি.স.)। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ শাৰদীয় দুৰ্গোৎসৱ উপলক্ষ্যে সমূহ অসমবাসীক বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে। বিজেপিৰ জেষ্ঠ নেতা তথা প্ৰাক্তন কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি বিশিষ্ট লেখক সন্তোষ তৰফদাৰে শুভেচ্ছা জ্ঞাপন কৰিছে।

এই শাৰদীয় দুৰ্গোৎসৱটিৰে হিংসা-বিদ্বেষ নাইকিয়া কৰি সকলো জাতি জনগোষ্ঠীৰ মাজত , শান্তি-সম্প্ৰীতি বজাই ৰাখি সকলো-জাতি জনগোষ্ঠীক একত্ৰিত থাকে তাৰ বাবে দল-সংগঠন সমূহে আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande