ঐতিহ্যমণ্ডিত পুৰণি টংলা সাৰ্বজনীন বুঢ়াথান ও দুৰ্গা মন্দিৰত ৪৬০ ত'ম দুৰ্গোৎসৱ উদযাপন
ওদালগুৰি, ২৯ ছেপ্তেম্বৰ (হি.স.)। বিগত সময়ছুৱাত যিদৰে হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ সমাৱেশত যাক জমকতাৰে উদযাপন হৈছিল প্ৰাণৰ শিল্পী গৰাকী নহোৱাৰ হেতুকে কাৰ্যাসূচীত কিছু ম্লান পৰাৰ কথা সদৰী পূজা সমিতিৰ ।ইয়াৰ লগতে কাৰ্যসূচীত জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰখা
ঐতিহ্যমণ্ডিত পুৰণি টংলা সাৰ্বজনীন বুঢ়াথান ও দুৰ্গা মন্দিৰত ৪৬০ ত'ম দুৰ্গোৎসৱ উদযাপন


ওদালগুৰি, ২৯ ছেপ্তেম্বৰ (হি.স.)। বিগত সময়ছুৱাত যিদৰে হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ সমাৱেশত যাক জমকতাৰে উদযাপন হৈছিল প্ৰাণৰ শিল্পী গৰাকী নহোৱাৰ হেতুকে কাৰ্যাসূচীত কিছু ম্লান পৰাৰ কথা সদৰী পূজা সমিতিৰ ।ইয়াৰ লগতে কাৰ্যসূচীত জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰখাৰ লগতে জুবিনদাৰ সুৱৰণিতে ৰাখিছে সাংস্কৃতিক অনুষ্ঠান।

বহু দুখ বেদনাৰ মাজতে দৰ্শনাৰ্থী সকলে মা শক্তি দেৱীৰ অশিক লবলে আহিছে আৰু ইয়াৰ লগতে জুবিন দাৰ আত্মাই যাতে সৰগত স্থান পাই তাৰ বাবে ভগৱানৰ পৰা বিচাৰিছে আশীক, আৰু ইয়াৰ পৰাই অতি সোনকালে ন্যায় পোৱাৰো দাৱী জনাইছে আশীক লবলৈ অহা ভক্তগণে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande