গোলাঘাট দুৰ্গা পূজাৰ মণ্ডপত নাই উছাহ, পেণ্ডেলসমূহত জুবিন গাৰ্গৰ প্ৰতিচ্ছৱিত শ্ৰদ্ধাঞ্জলি জনাই পূজাত অংশগ্ৰহণ ৰাইজৰ
গোলাঘাট, ২৯ ছেপ্তেম্বৰ (হি.স.)। শাৰদীয় দুৰ্গা পূজাৰ আজি সপ্তমী। কিন্তু নাই আজি দুৰ্গাপূজাৰ আনন্দ ।সকলোৰে মন আজি দুখৰ মাজত। গোলাঘাটৰ দুৰ্গা পূজা বুলিলেই সকলোকে আকৰ্ষণ কৰে টোকানী চাক্কোলৰ পূজা মণ্ডপ আৰু ইয়াৰ জাকজমকতাই। কিন্ত আজি জুবিন গাৰ্গৰ মৃত্যুত
গোলাঘাট দুৰ্গা পূজাৰ মণ্ডপত নাই উছাহ, পেণ্ডেলসমূহত জুবিন গাৰ্গৰ প্ৰতিচ্ছৱিত শ্ৰদ্ধাঞ্জলি জনাই পূজাত অংশগ্ৰহণ ৰাইজৰ


গোলাঘাট, ২৯ ছেপ্তেম্বৰ (হি.স.)। শাৰদীয় দুৰ্গা পূজাৰ আজি সপ্তমী। কিন্তু নাই আজি দুৰ্গাপূজাৰ আনন্দ ।সকলোৰে মন আজি দুখৰ মাজত। গোলাঘাটৰ দুৰ্গা পূজা বুলিলেই সকলোকে আকৰ্ষণ কৰে টোকানী চাক্কোলৰ পূজা মণ্ডপ আৰু ইয়াৰ জাকজমকতাই।

কিন্ত আজি জুবিন গাৰ্গৰ মৃত্যুত স্তব্ধ আজি গোলাঘাট। সকলোৱে আহি মণ্ডপৰ সন্মূখত থকা জুবিন গাৰ্গৰ ফটোত বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দূৰ্গা দেবী ৰ চৰণত সেৱা লোৱা দেখা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande