বিজনীৰ মিলিজুলি সংঘ দূৰ্গা পূজা কমিটিৰ এইবেলী ৰূপালী জয়ন্তী বৰ্ষ উদযাপন
চিৰাং, ২৯ ছেপ্তেম্বৰ (হি.স.)। আজি মহা সপ্তমী।ৰাজ্যৰ লগতে বিজনীতো উদযাপন কৰা হৈছে দুৰ্গা পূজা।জুবিন গাৰ্গ বিহীন দুৰ্গা পূজাত নাই উছাহ উদ্দীপনা।বিজনীৰ মিলিজুলি সংঘ দূৰ্গা পূজা কমিটিৰ এইবেলী ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে। ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে
বিজনীৰ মিলিজুলি সংঘ দূৰ্গা পূজা কমিটিৰ এইবেলী ৰূপালী জয়ন্তী বৰ্ষ উদযাপন


চিৰাং, ২৯ ছেপ্তেম্বৰ (হি.স.)। আজি মহা সপ্তমী।ৰাজ্যৰ লগতে বিজনীতো উদযাপন কৰা হৈছে দুৰ্গা পূজা।জুবিন গাৰ্গ বিহীন দুৰ্গা পূজাত নাই উছাহ উদ্দীপনা।বিজনীৰ মিলিজুলি সংঘ দূৰ্গা পূজা কমিটিৰ এইবেলী ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে।

ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে বিজনী মিলিজুলি সংঘৰ এইবাৰৰ বিশেষ আকৰ্ষণ কুঁহিপাত।জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই বাতিল কৰিছে সকলো ধৰনৰ সাংস্কৃতিক অনুষ্ঠান।প্ৰায় ৮ পৰা ৯ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হব হৈছে এই পূজা মণ্ডপ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande