গোলাঘাট, ২৯ ছেপ্তেম্বৰ (হি.স.)। মেৰাপানীত জুবিন গাৰ্গৰ ন্যায় বাবে প্ৰতিবাদী ভিদিঅ বনাই ৰঙা ঘৰৰ আলহী এজন । মেৰাপানীৰ মুফিভ ৰহমান নামৰ যুৱকজনে সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আপলোড কৰিছিল ভিডিঅ ।
তাৰ পাছতে তাৎক্ষণিক ভাৱে মেৰাপানীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ