টীয়কত আজি মন কী বাত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
যোৰহাট, ছেপ্টেম্বৰ (হি.স.)। টীয়কত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত হৈ আজি মন কী বাত অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰীয়ে জুবিন গাৰ্গক সোঁৱৰাক কেন্দ্ৰ কৰি গৌৰৱ অনুভৱ কৰিছোঁ বুলি কৰিছে মন্তব্য। কোনো পৰিস্থিতিতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত দোষীক শ
টীয়কত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত হৈ আজি মন কী বাত অনুষ্ঠানত


যোৰহাট, ছেপ্টেম্বৰ (হি.স.)। টীয়কত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত হৈ আজি মন কী বাত অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰীয়ে জুবিন গাৰ্গক সোঁৱৰাক কেন্দ্ৰ কৰি গৌৰৱ অনুভৱ কৰিছোঁ বুলি কৰিছে মন্তব্য। কোনো পৰিস্থিতিতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত দোষীক শাৰী যাবলৈ দিয়া নহ'ব। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এছআইটি গঠন কৰি সমগ্ৰ প্ৰক্ৰিয়া চাই আছে আৰু প্ৰয়োজন সাপেক্ষে আৰু অধিক কঠোৰ হোৱাৰো আশ্বাস দিছে।

আমি বন্ধু আছিলো। আমি বন্ধু হিচাপে জুবিনৰ প্ৰায় ৫০০ টা অনুষ্ঠানত ভাগ লৈছোঁ। আমি জুবিনৰ মাননিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব নাছিল। আন্তৰিকতাৰে বন্ধুৰ অনুষ্ঠান পৰিচালনাত সহায় কৰিছিলোঁ। বৰ্তমান কিদৰে পৰিচালনা কৰে এই বিষয়ে নাজানো। কিন্তু এইদৰে পৰিচালনাৰ নামত অমনোযোগিতা কোনো কালে গ্ৰহণ যোগ্য নহয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande