যোৰহাট, ২৮ ছেপ্টেম্বৰ (হি.স.)। আজি ষষ্ঠী পুজা । মণ্ডপ সমুহত নাই পূৰ্বৰ দৰে ভক্তৰ লানি নিছিগা ভিৰ । প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই যেন এতিয়া পূজাৰ উছাহ নোহোৱা হৈ পৰিছে অসমবাসীৰ গাত। নিয়ম মাফিক কেৱল পুজা ভাগহে কৰা হৈছে । তিতাবৰ সাপ্তাহিক বজাৰৰ ৮৭ বছৰ গৰকা দুৰ্গা পুজা মণ্ডপটো একেই পৰিবেশ দেখা গল।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু