সাহিত্যিক বিহুৰাম বড়োৰ মৃত্যু বাৰ্ষিকীত মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
গুৱাহাটী, ২৭ ছেপ্টেম্বৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰখ্যাত সাহিত্যিক, শিক্ষাবিদ, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিহুৰাম বড়োৰ মৃত্যু বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বড়ো আৰু ভ
Image shared by Assam CM Dr Himanta Biswa Sarma.


গুৱাহাটী, ২৭ ছেপ্টেম্বৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰখ্যাত সাহিত্যিক, শিক্ষাবিদ, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিহুৰাম বড়োৰ মৃত্যু বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে বড়ো আৰু ভাৰতীয় সাহিত্যলৈ বিহুৰাম বড়োৰ অৱদান অতুলনীয়। তেওঁৰ ৰচনাসমূহে বড়ো সম্প্ৰদায়ক সদায় জ্ঞান প্ৰদান কৰাৰ লগতে নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হিচাপে কাম কৰিব।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande