গুৱাহাটী, ২৬ ছেপ্তেম্বৰ(হি.স.)। অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ মৃত্য়ুৰ শোকত জৰ্জৰিত এগৰাকী যুৱক মহানগৰীৰ শ্ৰীনগৰত থকা এটা অট্টালিকাৰ তিনি মহলীয়া ভৱনৰ পৰা জাপ মাৰি আত্মহত্য়াৰ চেষ্টা চলায়।
আত্মহত্য়াৰ চেষ্টা চলোৱা যুৱক জনক প্ৰকাশ সাহা বুলি চিনাক্ত কৰা হৈছে। গুৰুতৰ ভাবে আহত যুৱক জন বৰ্তমান গুৱাহাটী চিকিতসা মহাবিদ্য়ালয়ত চিকিতসাধীন অৱস্থাত আছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ