গোলাঘাট, ২৬ ছেপ্টেম্বৰ (হি.স.)। সংগীত শিল্পী জুবিনৰ গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত উদ্ভণ্ডালী কৰাৰ অভিযোগত যুৱকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্য়াহত আছে । দেৰগাঁৱৰ কোবাল পাম গাঁৱৰ পৰা আটক কৰে শৰৎ সৌৰভ বৰা নামৰ এজন যুৱকক ।
গোলাঘাট অপৰাধ শাখাই আটক কৰি লৈ যায় যুৱক জনক । প্ৰায় দুটা দিন ধৰি শৰতৰ সন্ধানত আৰক্ষীয়ে চলাইছিল অভিযান । আজি শুকুৰবাৰে পুৱাই নিজ বাসগৃহৰ পৰা শৰতক আটক কৰে আৰক্ষীয়ে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু