চিৰাং, ২৬ ছেপ্টেম্বৰ (হি.স.)। মৰমৰ শিল্পী জুবিন গাৰ্গ দাদাৰ পবিত্ৰ স্মৃতিত বিজনী কাটাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় (বাণীকান্ত)লগতে দক্ষিণ খাৰিজা বিজনী হাইস্কুল আৰু বাৰাপেটা হাইস্কুলত নাহৰৰ তিনিটি পুলি ৰোপন কৰা হয় ৷ অনাগত দিনটো ৰাজহুৱা স্থানত এই প্ৰয়াস অব্যাহত থাকিব ৷
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু