মঙলদৈত শ্যামকানু মহন্তৰ প্ৰতিমূৰ্ত্তি দাহ কৰি ইউটিউবাৰৰ প্ৰতিবাদ
দৰং, ২৬ ছেপ্টেম্বৰ (হি.স.)। মঙলদৈত ইউটিউবাৰ দ্বীপ জ্যোতি ডেকাৰ প্ৰতিবাদ। শ্যামকানু মহন্তৰ প্ৰতিমূৰ্ত্তি জ্বলাই প্ৰতিবাদ ইউটিউবাৰ গৰাকীৰ। মঙলদৈ ঔতলাত পথত শ্যামকানু মহন্তৰ প্ৰতিমূৰ্ত্তি জ্বলাই কৰে প্ৰতিবাদ। অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ ছি
মঙলদৈত শ্যামকানু মহন্তৰ প্ৰতিমূৰ্ত্তি দাহ কৰি ইউটিউবাৰৰ প্ৰতিবাদ


দৰং, ২৬ ছেপ্টেম্বৰ (হি.স.)। মঙলদৈত ইউটিউবাৰ দ্বীপ জ্যোতি ডেকাৰ প্ৰতিবাদ। শ্যামকানু মহন্তৰ প্ৰতিমূৰ্ত্তি জ্বলাই প্ৰতিবাদ ইউটিউবাৰ গৰাকীৰ।

মঙলদৈ ঔতলাত পথত শ্যামকানু মহন্তৰ প্ৰতিমূৰ্ত্তি জ্বলাই কৰে প্ৰতিবাদ। অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত এক অস্বাভাৱিক পৰিস্থিতিত পৰি মৃত্য়ুৰ ঘটনাৰ বাবে শ্যামকানু মহন্তক অসমৰ ৰাইজে জগৰীয়া কৰিছে।

শ্যামকানু মহন্তই ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ বাবে জুবিন গাৰ্গ অসুষ্ঠ থকা সত্বেও লৈ যোৱা বুলি এক অভিযোগ উত্থাপিত হৈছে।

শ্যামকানু মহন্তক শাস্তি প্ৰদানৰ দাবী ইউটিউবাৰ গৰাকীৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande