বঙাইগাঁও সদৰ থানাত উপস্থিত চিআইডিৰ এটি দল
বঙাইগাঁও সদৰ থানাত উপস্থিত CID ৰ এটি দল।
বঙাইগাঁও সদৰ থানাত উপস্থিত চিআইডিৰ এটি দল


বঙাইগাঁও, ২৬ ছেপ্টেম্বৰ (হি.স.): বঙাইগাঁও সদৰ থানাত যোৱাকালি নিশা উপস্থিত হয় চিআইডিৰ এটি দল। চিআইডিৰ পৰিদৰ্শক দীপক শইকীয়াৰ নেতৃত্বত উপস্থিত চিআইডিৰ এটি দল।

জাতীয় নাৰী বাহিনীৰ সাধাৰণ সম্পাদিকা মমী ৰায় চৌধুৰীৰ পৰা মতামত ল'ব চিআইডিৰ দলটোৱে। বঙাইগাঁও সদৰ থানাত ল’ব মতামত, ইতিমধ্যে বঙাইগাঁও সদৰ থানাত উপস্থিত জাতীয় নাৰী বাহিনীৰ সাধাৰণ সম্পাদিকা মমী ৰায় চৌধুৰী। জুবিন গাৰ্গক হত্যা কৰাৰ অভিযোগ তুলিছিল জাতীয় নাৰী বাহিনী নামৰ সংগঠনটোৱে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande