ঘিলাধাৰী নৈত নিখোজ হোৱা শিশুৰ মৃতদেহ উদ্ধাৰ
গোলাঘাট, ২৬ ছেপ্টেম্বৰ (হি.স.)। অৱশেষত কালি বিয়লিৰ পৰা ঘিলাধাৰী নৈত নিখোঁজ হৈ পৰা ঘিলাধাৰী চাহবাগিছাৰ ঢাপলাকটাৰ ১১ বছৰীয়া শিৱম পানতাঁতিৰ মৃতদেহ উদ্ধাৰ। কালি সন্ধিয়াৰ পৰা এছ ডি আৰ এফ বাহিনীয়ে ঘিলাধাৰী নৈত চলাইছিল শিৱম পানতাঁতিৰ উদ্ধাৰ অভিযান। নিশাৰ
ঘিলাধাৰী নৈত নিখোজ হোৱা শিশুৰ মৃতদেহ উদ্ধাৰ


গোলাঘাট, ২৬ ছেপ্টেম্বৰ (হি.স.)। অৱশেষত কালি বিয়লিৰ পৰা ঘিলাধাৰী নৈত নিখোঁজ হৈ পৰা ঘিলাধাৰী চাহবাগিছাৰ ঢাপলাকটাৰ ১১ বছৰীয়া শিৱম পানতাঁতিৰ মৃতদেহ উদ্ধাৰ।

কালি সন্ধিয়াৰ পৰা এছ ডি আৰ এফ বাহিনীয়ে ঘিলাধাৰী নৈত চলাইছিল শিৱম পানতাঁতিৰ উদ্ধাৰ অভিযান। নিশাৰ ভাগত এছ ডি আৰ এফ বাহিনী সফল হ’ব নোৱাৰিলেও আজি ৰাতিপুৱা পুনৰ অভিযান চলাই শিৱম পানতাঁতিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande