নুমলীগড়ত সংঘটিত ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত মটৰ চাইকেল আৰোহী
গোলাঘাট, ২৬ছেপ্টেম্বৰ (হি.স.)। নুমলীগড়ত সংঘটিত হই ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত মটৰ চাইকেল আৰোহী। নুমলীগড়ৰ নাৰায়ণপুৰত ডাম্পাৰ-মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ। গুৰুতৰভাৱে আহত মটৰচাইকেল আৰোহী ৰবীন্দ্ৰ কুমাৰ তাঁতী। এএছ-০৫চি-৩৭৯৬ নম্বৰৰ
নুমলীগড়ত সংঘটিত ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত মটৰ চাইকেল আৰোহী


গোলাঘাট, ২৬ছেপ্টেম্বৰ (হি.স.)। নুমলীগড়ত সংঘটিত হই ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত মটৰ চাইকেল আৰোহী। নুমলীগড়ৰ নাৰায়ণপুৰত ডাম্পাৰ-মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ। গুৰুতৰভাৱে আহত মটৰচাইকেল আৰোহী ৰবীন্দ্ৰ কুমাৰ তাঁতী। এএছ-০৫চি-৩৭৯৬ নম্বৰৰ ডাম্পাৰ আৰু এএছ-০৫ইউ-৪৬৬৮ নম্বৰৰ মটৰ চাইকেলৰ মাজত সূত্ৰপাত হয় সংঘর্ষৰ।

আহত যুৱকজনক সংকটজনক অৱস্থাত গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ হাস্পতালত চিকিৎসাধীন হৈ আছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande