শ্ৰীভূমিৰ কলকলিঘাট ৰেল ষ্টেচনৰ সমীপত মালবাহী ট্ৰেইনৰ চেপাত মৃত্যু এগৰাকী মহিলাৰ
শ্ৰীভূমি, ২৬ ছেপ্টেম্বৰ (হি.স.)। শ্ৰীভূমিৰ কলকলিঘাট ৰেল ষ্টেচনৰ সমীপত অঘটন। মালবাহী ট্ৰেইনৰ চেপাত মৃত্যু এগৰাকী মহিলাৰ । মৃত্যু হোৱা মহিলা গৰাকী ৪২ বছৰীয়া মলিনা সিনহা বুলি চিনাক্ত। মলিনা সিনহা''ৰ ঘৰ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত কচুবাৰী গাঁৱ
শ্ৰীভূমিৰ কলকলিঘাট ৰেল ষ্টেচনৰ সমীপত মালবাহী ট্ৰেইনৰ চেপাত মৃত্যু এগৰাকী মহিলাৰ


শ্ৰীভূমি, ২৬ ছেপ্টেম্বৰ (হি.স.)। শ্ৰীভূমিৰ কলকলিঘাট ৰেল ষ্টেচনৰ সমীপত অঘটন। মালবাহী ট্ৰেইনৰ চেপাত মৃত্যু এগৰাকী মহিলাৰ ।

মৃত্যু হোৱা মহিলা গৰাকী ৪২ বছৰীয়া মলিনা সিনহা বুলি চিনাক্ত।

মলিনা সিনহা'ৰ ঘৰ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত কচুবাৰী গাঁৱৰ বাসিন্দা। দিনৰ প্ৰায় ১১ মান বজাত সংঘটিত হৈছে এই ঘটনা।

ত্ৰিপুৰাৰ ধৰ্মনগৰ অভিমুখে গৈ থকা মালবাহী ট্ৰেইনৰ চেপাত মৃত্যু হয় মহিলাৰ। ঘটনাৰ পিছত ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে শ্রীভূমি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande