ৰূপহীহাটত আৰক্ষীৰ অভিযানত ১৮টা চোৰাং গৰু সহ ট্ৰাক জব্দ
নগাও, ২৫ ছেপ্টেম্বৰ (হি.স.)। ৰূপহীহাটত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিয়ান ৷ আৰক্ষীৰ অভিয়ানত এএছ ০১ এফচি ৮৪৭৫ নম্বৰৰ ট্ৰাকৰ পৰা জব্দ কৰে ১৮ টাকৈ চোৰাং গৰু ৷ ৰূপহীহাট আৰক্ষী থানাৰ বিষয়া সঞ্জিত কুমাৰ ৰয়ে নম্বৰীৰ পৰা খেদি খেদি আনি ছাইদৰীয়াত জব্দ কৰে চোৰ
ৰূপহীহাটত আৰক্ষীৰ অভিযানত ১৮টা চোৰাং গৰু সহ ট্ৰাক জব্দ


নগাও, ২৫ ছেপ্টেম্বৰ (হি.স.)। ৰূপহীহাটত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিয়ান ৷ আৰক্ষীৰ অভিয়ানত এএছ ০১ এফচি ৮৪৭৫ নম্বৰৰ ট্ৰাকৰ পৰা জব্দ কৰে ১৮ টাকৈ চোৰাং গৰু ৷

ৰূপহীহাট আৰক্ষী থানাৰ বিষয়া সঞ্জিত কুমাৰ ৰয়ে নম্বৰীৰ পৰা খেদি খেদি আনি ছাইদৰীয়াত জব্দ কৰে চোৰাং গৰু ভৰ্তি ট্ৰাকখন ৷ ছাইদৰীয়াত চলন্ত ট্ৰাকৰ পৰা চালকসহ ৩ জন জপিয়াই পলাই যায় ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande