পুৰণিগুদামত আজন্ম শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ
নগাঁও, ২৫ ছেপ্টেম্বৰ (হি.স.)। নগাঁৱৰ পুৰণিগুদামত আজন্ম শিল্পী জুবিন গাৰ্গৰ এটা মূৰ্তি নিৰ্মাণ কৰিছে মৃৎ শিল্পী পাৰ্থপ্ৰতিম বৰুৱাই। দিনে-নিশাই উজাগৰে থাকি পাৰ্থপ্ৰতিম বৰুৱাই নিৰ্মাণ কৰি আছে মূৰ্তি ভাগ। উল্লেখ্য যে যোৰহাটত চৰকাৰীভাৱে অনুষ্ঠিত হ''ব
পুৰণিগুদামত আজন্ম শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ


নগাঁও, ২৫ ছেপ্টেম্বৰ (হি.স.)। নগাঁৱৰ পুৰণিগুদামত আজন্ম শিল্পী জুবিন গাৰ্গৰ এটা মূৰ্তি নিৰ্মাণ কৰিছে মৃৎ শিল্পী পাৰ্থপ্ৰতিম বৰুৱাই। দিনে-নিশাই উজাগৰে থাকি পাৰ্থপ্ৰতিম বৰুৱাই নিৰ্মাণ কৰি আছে মূৰ্তি ভাগ।

উল্লেখ্য যে যোৰহাটত চৰকাৰীভাৱে অনুষ্ঠিত হ'বলগীয়া জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ অনুষ্ঠানলৈ নগাঁও জিলা প্ৰশাসনৰ জৰিয়তে মূৰ্তি ভাগ প্ৰেৰণ কৰিব পাৰ্থপ্ৰতিম বৰুৱাই।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande