ধিঙৰ লুইতৰ বুকুত জুবিনৰ বিসৰ্জন জুবিন গাৰ্গৰ চিতাভস্ম
নগাঁও, ২৫ ছেপ্টেম্বৰ (হি.স.)। নগাঁও জিলাৰ ধিঙৰ লুইতৰ বুকুত মায়াবিনি সংগীতৰ মাজত বিসৰ্জন দিয়া হ''ল জুবিন গাৰ্গৰ চিতাভস্ম । মায়াবিনি গীতৰ ধ্বনিত জীপাল হ''ল ধিঙৰ মহাবাহু ব্ৰহ্মপুত্ৰ বুকু। নগাওঁ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, নগাঁও জিলা আৰক্ষী অধিক
ধিঙৰ লুইতৰ বুকুত জুবিনৰ বিসৰ্জন জুবিন গাৰ্গৰ চিতাভস্ম


নগাঁও, ২৫ ছেপ্টেম্বৰ (হি.স.)। নগাঁও জিলাৰ ধিঙৰ লুইতৰ বুকুত মায়াবিনি সংগীতৰ মাজত বিসৰ্জন দিয়া হ'ল জুবিন গাৰ্গৰ চিতাভস্ম । মায়াবিনি গীতৰ ধ্বনিত জীপাল হ'ল ধিঙৰ মহাবাহু ব্ৰহ্মপুত্ৰ বুকু।

নগাওঁ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, নগাঁও জিলা আৰক্ষী অধিক্ষক আৰু বিধায়ক ৰূপক শৰ্মা ধিঙত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত ধিঙৰ মুৱামাৰীত মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande