জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তক আইনী সাহাৰ্য প্ৰদান নকৰে শিৱসাগৰ উকীল সন্থাই
শিৱসাগৰ, ২৫ছেপ্টেম্বৰ (হি.স.)। জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তক আইনী সাহাৰ্য প্ৰদান নকৰে শিৱসাগৰ উকীল সন্থাই l শিৱসাগৰ উকীল সন্থাৰ বিষয়ববীয়া বিদ্যুৎ গগৈয়ে জনালে এই কথা l ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিব যোৱা জুবিন গাৰ্গৰ অনিচ্ছা
জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তক আইনী সাহাৰ্য প্ৰদান নকৰে শিৱসাগৰ উকীল সন্থাই


শিৱসাগৰ, ২৫ছেপ্টেম্বৰ (হি.স.)। জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তক আইনী সাহাৰ্য প্ৰদান নকৰে শিৱসাগৰ উকীল সন্থাই l শিৱসাগৰ উকীল সন্থাৰ বিষয়ববীয়া বিদ্যুৎ গগৈয়ে জনালে এই কথা l

ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিব যোৱা জুবিন গাৰ্গৰ অনিচ্ছা সত্তেও তেওৰ একাংশ সহযোগী জোৰ জবৰদস্তী কৰি তেওক সাগৰত সাতুৰিবলৈ বাধ্য কৰা হৈছিল বুলি সামাজিক মাধ্যমত প্ৰচাৰ হৈছে। ইতিমধ্য়ে জুবিন গাৰ্গৰ পাচজন সহযোগীৰ বিৰুদ্ধে অসমৰ বিভিন্ন জিলাত গোচৰ ৰজু হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande