জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দাবী তথা দোষী ব্যক্তিক গ্ৰেপ্তাৰৰ দাবীত শিৱসাগৰত উত্তাল প্ৰতিবাদ
শিৱসাগৰ, ২৫ ছেপ্টেম্বৰ (হি.স.)। শিৱসাগৰত ছাত্র সমাজ আৰু অসমীয়া যুৱ মঞ্চই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দাবী তথা দোষী ব্যক্তিক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । শিৱসাগৰ নগৰৰ মাজমজিয়া দৌলমুখ চাৰি আলিৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰে। শিৱস
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দাবী তথা দোষী ব্যক্তিক গ্ৰেপ্তাৰৰ দাবীত শিৱসাগৰত উত্তাল প্ৰতিবাদ


শিৱসাগৰ, ২৫ ছেপ্টেম্বৰ (হি.স.)। শিৱসাগৰত ছাত্র সমাজ আৰু অসমীয়া যুৱ মঞ্চই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দাবী তথা দোষী ব্যক্তিক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । শিৱসাগৰ নগৰৰ মাজমজিয়া দৌলমুখ চাৰি আলিৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

শিৱসাগৰ নগৰৰ মাজমজিয়াৰে এক প্ৰতিবাদী সমদল উলিয়াই উত্তাল কৰি তোলে পৰিবেশ। প্ৰতিবাদ কাৰীয়ে সকলো অভিযুক্তক গুলীওৱাৰ দাবী জনায় । প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লো গানেৰে উত্তাল কৰি তোলে শিৱসাগৰৰ ৰাজপথ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande